Best Copyright Free Stock Image Photography of Assam and North Eastern India. 100 % copyright Free Beautiful Natural Photography. Download the Copyright Free Digital Stock Photo Image Gallery Wallpaper Travel Blog Photography, Traditional Indian Free Photo Object Images for download
Free Black and White Photography of Assam
Beautiful Black and White Photo Image Collection. Black and white photography of Assam.Black & white Sky Photography , Guwahati , Assam. Black & White Mango Tree Photo Image .Beautiful White flower Photo, Assam
Green Campus Photography of Gauhati University, Assam
Beautiful River Brahmaputra Photo Image Gallery : Assam : India Free Photo Download
Mighty river Brahmaputra natural photography of Assam , North East India
Red River and Blue Sky Photography of Assam, Brahmaputra is one of the biggest rivers in India, The only male river in India, this is both a source of sorrow and sustenance for the people of Assam. There are various cruise facilities to enjoy the beauty of the river.
Blue hills & river Brahmaputra Photo Image Galley |
Brahmaputra river Photography for Download: Assam : India : |
Evening shy & beautiful River Photo for free Download : Brahmaputra river, Assam |
Little River island "Umananda" Guwahati , Assam free photography for Download. |
Evening Sunset time Sky Photography for free download: Assam Guwahati, River Brahmaputra |
Rongali Bihu Dance Photography of Assam
Rongali Bihu Dance Photography of Assam, Bihu festival of Assam
আমাৰ খং কিয় উঠে? Why do we get angry ? Anger management & Solution
খং অামাৰ কিয় উঠে,এইটো এটা ডাঙৰ প্রশ্ন |
অসমীয়াত এষাৰ কথা আছে বোলে "খং নামে চন্দাল" |
ইয়াৰ ব্যাখ্যা আমি ইয়াত কৰিবলৈ নায়াও কিন্ত এইটো ঠিক যে খঙে আমাক বহুত ক্ষতি কৰে |
ইয়াৰ পৰা পৰিত্রাণ পাবলৈ অাজিকালি Anger Management Course ওলাইছে |
এই Modern Course বোৰে আপোনাক সাময়ীক relif দিলেও ইয়াৰ পৰা সম্পূৰ্ন মুক্তি দিব নোৱাৰে |
যি দৰে insulin য়ে ডায়েবেটিছ ৰোগৰ পৰা মুক্তি দিব নোৱাৰে !!! বৰং ই ডায়েবেটিছ বৃদ্ধিহে কৰে |
সেই দৰে Anger Management Course ও আপোনাৰ খং কমাব নোৱাৰে !!! বৰং বৃদ্ধিহে কৰিব |
বহুতে কয় প্রাণায়াম , যোগ ইত্যাদি কৰিলে বা মনতো শান্ত কৰি ৰাখিব পাৰিলে খং নুঠে |
কথা সাৰ সচা নহয় | এই বোৰ technique use কৰি খং কমাব নোৱাৰে,এবাৰ চেষ্টা কৰি চাব পাৰে |
AC Room ত বহি Light Soft Romantic গান শুনি থকাৰ পাছতো বা আপোনাৰ প্রেয়সীৰ লগত কটোৱা অন্তৰংগ মুহুৰ্তৰ সময়তো আপোনাৰ খং উঠিব পাৰে | ই স্হান , কাল, পাত্র নাচায় | যতে ত'তে, যেতিয়াই তেতিয়াই উঠিব পাৰে |
অতীত কালত দুর্বশা নামৰ এজন ঋষি অাছিল, তেওৰ খংৰ প্রকোপৰ পৰা সয়ং বিষ্ণু ও সাৰিযাব পৰা নাছিল | খংৰ ভমকত তেও বহুলোকৰ অনিষ্ট সাধন কৰি পাছত নিজে লজ্জিত হৈছিল | ইমান জ্ঞানী তপসী ঋষি হোৱাৰ পাছতো এই খং ৰ বাবেই তেও বদনামি হৈছিল |
Research ৰ পৰা দেখা গৈছে যে নিন্দুক, আত্মকেন্দ্রিক, পৰশ্রীকাতৰ, লোভী অথবা খুব বেচি Perfectionist লোকৰ খং অধিক | কিন্ত কথাতো হ'ল, খং আমাৰ কিয় উঠে , ইয়াৰ আছল কাৰণতো কি তাক জিনিব লাগিব | ইয়াৰ আটাইতকৈ গ্রহন যোগ্য সমাধাণতো বিচাৰি পোৱা গৈছে প্রাচীন ভাৰতীয় গ্রন্থৰ মাজত |
Desire ত যেতিয়া ব্যাঘাত জন্মে, তেতিয়াই মানুহৰ খং উঠে | Desire হৈছে মানুহৰ "লাগে লাগে" কৰি থকা স্বভাবতো | মানুহে মনতে কিবা নহয় কিবা বিচাৰি থাকে, অৰ্থাত নিজৰ স্বার্থ নিহিত হৈ থাকে | যেতিয়া লগা বস্তুতো নাপায় বা বিছৰা মতে কামতো সিদ্ধি নহয় তেতিয়াই মানুহৰ খং উঠে | যেনে-
Desire কমাই দিয়ক,দেখিব খঙো কমি আহিছে |

- আপোনাৰ শোৱ মন গৈছে (Desire) কিন্ত কোনোবা আহি ওলাল (Desire fulfil নহল ), Result খং |
- আপোনাৰ Coke খাব মন গৈছে (Desire) কিন্ত দোকানত Coke নাই (Desire fulfil নহল ), Result খং
- আপোনাৰ Cinema চাব মন গৈছে (Desire) কিন্ত Wife চিনেমা চাব নাযায় (Desire fulfil নহল ), Result খং
- আপুনি মিছা মাতিছে (Desire) কিন্ত কোনোবাই আপোনাক Expose কৰি দিলে (Desire fulfil নহল ), Result খং
Desire কমাই দিয়ক,দেখিব খঙো কমি আহিছে |
Subscribe to:
Posts (Atom)
Tags
- Ancient & Famous Hindu Temple of Assam Photography (2)
- Antique Vintage Assam Rare Photography (2)
- Art /Culture /Religious/ Historic / Science / Technology Museum of Assam Photo gallery (1)
- Assam Golden Silk (2)
- Assamese Girl's Photo Gallery (5)
- Assamese Motivational Article (1)
- Assamese Theater Drama Play Image (1)
- Assamese Traditional Silks Mekha Sador Photography (3)
- Beautiful Photography (9)
- Beautiful North East India Photo Blog (6)
- Beautiful Photography (6)
- Beautiful l Photography (3)
- Best Tourist Destination of Assam Photography (4)
- Best photography of Assam (20)
- Bihu Festival Photo Gallery Assam (4)
- Black & White Photography (3)
- Download Free Beautiful Photography (10)
- Festival Photo Gallery Assam (2)
- Flower Plant Photography (4)
- Flower nursery Guwahati Assam (1)
- Gauhati University Photo Gallery (1)
- Green Campus Photography (4)
- Guwahati City Amazing Photo Collection (7)
- Guwahati MArket Place & Street Business Photography (3)
- Heritage House Photography (1)
- Heritage Photography of Assam (3)
- Historical Places Photography of Assam (1)
- Home Garden beautiful Photography (1)
- Mysterious Archaeological Sites of Assam Photography (1)
- Nature River Hill Sky Flower Photography of Assam (4)
- Night Photography (5)
- North Guwahati Photo Image Gallery (4)
- Old days Photography of Assam India (2)
- Palashbari Assam Photography (1)
- Philosophy of Life (1)
- River Brahmaputra Photography (2)
- Romantic Assam Photography (3)
- Temple Photography of Assam (2)
- Traditional Assamese Dress Photo (4)
- UPSC প্রতিযোগিতামূলক পরীক্ষার জ্ঞান উইকি (1)
- Wildlife Video & Photography of Arunachal Pradesh (1)