আমাৰ খং কিয় উঠে? Why do we get angry ? Anger management & Solution

Assamese Anger Photo
খং অামাৰ কিয় উঠে,এইটো এটা ডাঙৰ প্রশ্ন |
অসমীয়াত এষাৰ কথা আছে বোলে "খং নামে চন্দাল" |
ইয়াৰ ব্যাখ্যা আমি ইয়াত কৰিবলৈ নায়াও কিন্ত এইটো ঠিক যে খঙে আমাক বহুত ক্ষতি কৰে |
ইয়াৰ পৰা পৰিত্রাণ পাবলৈ অাজিকালি Anger Management Course ওলাইছে |
এই Modern Course বোৰে আপোনাক সাময়ীক relif দিলেও ইয়াৰ পৰা সম্পূৰ্ন  মুক্তি দিব নোৱাৰে |
যি দৰে insulin য়ে ডায়েবেটিছ ৰোগৰ পৰা মুক্তি দিব নোৱাৰে !!! বৰং ই ডায়েবেটিছ বৃদ্ধিহে কৰে |
সেই দৰে Anger Management Course ও আপোনাৰ খং কমাব নোৱাৰে !!! বৰং বৃদ্ধিহে কৰিব  |
বহুতে কয় প্রাণায়াম , যোগ ইত্যাদি কৰিলে বা মনতো শান্ত কৰি ৰাখিব পাৰিলে খং নুঠে |
কথা সাৰ সচা নহয় | এই বোৰ technique use কৰি খং কমাব নোৱাৰে,এবাৰ চেষ্টা কৰি চাব পাৰে |

AC Room ত বহি Light Soft Romantic গান শুনি থকাৰ পাছতো বা আপোনাৰ প্রেয়সীৰ লগত কটোৱা অন্তৰংগ    মুহুৰ্তৰ সময়তো আপোনাৰ খং উঠিব পাৰে | ই স্হান , কাল, পাত্র নাচায় | যতে ত'তে, যেতিয়াই তেতিয়াই উঠিব পাৰে |
            অতীত কালত দুর্বশা নামৰ এজন ঋষি অাছিল, তেওৰ খংৰ প্রকোপৰ পৰা সয়ং বিষ্ণু ও সাৰিযাব পৰা নাছিল | খংৰ ভমকত তেও বহুলোকৰ অনিষ্ট সাধন কৰি পাছত নিজে লজ্জিত হৈছিল | ইমান জ্ঞানী তপসী ঋষি হোৱাৰ পাছতো এই খং ৰ বাবেই তেও বদনামি হৈছিল |
            Research ৰ পৰা দেখা গৈছে যে নিন্দুক, আত্মকেন্দ্রিক, পৰশ্রীকাতৰ, লোভী অথবা খুব বেচি Perfectionist লোকৰ খং অধিক | কিন্ত কথাতো হ'ল, খং আমাৰ কিয় উঠে , ইয়াৰ আছল কাৰণতো কি তাক জিনিব লাগিব | ইয়াৰ আটাইতকৈ গ্রহন যোগ্য সমাধাণতো বিচাৰি পোৱা গৈছে প্রাচীন ভাৰতীয় গ্রন্থৰ মাজত |


           Desire ত যেতিয়া ব্যাঘাত জন্মে, তেতিয়াই মানুহৰ খং উঠে  | Desire হৈছে মানুহৰ "লাগে লাগে" কৰি থকা      স্বভাবতো | মানুহে মনতে কিবা নহয় কিবা বিচাৰি থাকে, অৰ্থাত নিজৰ স্বার্থ নিহিত হৈ থাকে | যেতিয়া লগা বস্তুতো নাপায় বা বিছৰা মতে কামতো সিদ্ধি নহয় তেতিয়াই মানুহৰ খং উঠে  | যেনে-
  • আপোনাৰ শোৱ মন গৈছে (Desire) কিন্ত কোনোবা আহি ওলাল (Desire fulfil নহল ), Result খং |
  • আপোনাৰ Coke খাব মন গৈছে (Desire) কিন্ত দোকানত Coke নাই (Desire fulfil নহল ), Result খং 
  • আপোনাৰ Cinema চাব মন গৈছে (Desire) কিন্ত Wife চিনেমা চাব নাযায় (Desire fulfil নহল ), Result খং 
  • আপুনি মিছা মাতিছে (Desire) কিন্ত কোনোবাই আপোনাক Expose কৰি দিলে (Desire fulfil নহল ), Result খং 
         
          Desire কমাই দিয়ক,দেখিব খ‍ঙো কমি আহিছে |

Anger does not solve anything !


Tags